“I am overwhelmed to get the chance to work with such an energetic and young aspirant organization like VDG. This will touch higher as the “WE” narrative environment is here. We will work together. Work harder, success will make noise. VDG Long live”
“মইৰ পৰা আমি হোৱালৈ এক দীঘলীয়া পৰিক্ৰমা।অসমৰ মাটিৰ ওপৰত জন্ম লাভ কৰি অসমৰ থলুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ জৰীয়তে অসমৰ যুৱপ্ৰজন্মৰ মনত সাজ বহুৱাবলৈ সক্ষম হোৱা ভিজনাৰী ডেভেলপমেণ্ট গ্ৰুপৰ আছে এক সুকীয়া নাম। এই সুকীয়া পৰিচয় আগত লৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চল তথা ভাৰত বৰ্ষৰ বিভিন্ন কোণত স্বকীয় পৰিচয়ৰে চিনাকি দিবলৈ আমি অতিকৈ যত্নপৰ তথা আগ্ৰহী। সদৌ শেষত ভিজনাৰী ডেভেলপমেণ্ট গ্ৰুপৰ উন্নতিৰ কামনাৰে…”
“VDG is an organization made up of the native people regardless of religion, race, or castes. It’s been around two years since I started working for VDG, and I am grateful to be working with these young and energetic people. I have learned a lot and am looking forward to more. We deal in great quality, eco-friendly, and most importantly cost-efficient products. We are aiming to be the most successful construction unit in the entire North East, and for that, we need your kind cooperation.”
“Visionary Development Group, the name says it all; it’s a vision to develop an organization. The members give their dedication to their work. All members always give their efforts to grow the company. I hope “VDG” will grow in the upcoming years.”
“জীৱনত কিবা এটা ভাল কাম কৰি আগুৱাই যোৱাৰ উদ্দেশ্য মনত পুহি ৰাখিছিলোঁ আৰু তেনেকৈয়ে ইটো সিটো কামত লাগি থকা সময়তেই মই Visionary Development Group ত কাম কৰাৰ সুযোগ পালোঁ। এনে এক প্ৰতিষ্ঠানত কাম কৰি বুজি উঠিছোঁ সফলতা কি, কাম কৰাৰ উদ্যম,স্পৃহা কি…
এইখন এনে এক প্ৰতিষ্ঠান যি ঔদ্যোগিক দিশেই হওক, ব্যৱহাৰিক দিশেই হওক নাইবা সামাজিক কাৰ্যতেই হওক, কোনো দিশৰ পৰা পিছপৰি থকা নাই।এনে এখন প্ৰতিষ্ঠানৰ কাৰ্যকৰ্তা হিচাপে নিজকে সৌভাগ্যবান বুলি মই ভাবোঁ। যিমান খিনি পাৰো প্ৰতিষ্ঠানটো আগবঢ়াই নিয়াত অৰিহণা যোগাব চেষ্টা কৰি আহিছো আৰু সদায়েই এই চেষ্টা চলাই যাম।
VDG ৰ প্ৰতিজন সহকৰ্মী আৰু জড়িত প্ৰতিজন সদস্যলৈ মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো আৰু আশা কৰিছোঁ সকলোৰে সহযোগিতাত আমি যেন VDG ক উচ্চ শিখৰলৈ লৈ যাব পাৰোঁ আৰু আশা ৰাখিছোঁ অসমৰ দৰেই উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতৰ চুকে কোণে কেৱল মাথোঁ এটাই নাম উজ্বলি উঠক,Visionary Development Group.
শেষত VDGৰ সৰ্বাংগীন উন্নতিৰ কামনাৰে….”
“During the pandemic, while I was switching through tabs looking for a job, Visionary Development Group offered me the opportunity to perform my skills in my designated field. In a very short period, VDG managed to grow efficiently, creating a tremendous amount of employment. I am grateful and very much lucky that they offered me this opportunity to work for them as a team member.”
“Visionary Development Group, the eminent foundation aiming at providing high-tech and finest products to its respective clients, entitles a new venture on spreading up its initiatives. Being a part of this establishment, I believe that this group has maximized its endeavors over the years and prioritized customer satisfaction at its best. I hope I can see this group as the most emerging industrial group in the North-East in the coming years.”
“I have been associated with the company as a legal advisor… I would like to thank Mr.BhaskarJyotiHaloi, the CEO, and Ms. Natasha Das, the COO, of the company for allowing me to serve the VDG and for making me a part of this organization. From my experience, I would like to recommend the company for any kind of paver block, parking tiles, paper bag, paper bowl, shopping bag, engineering consultancy, and any kind of PWD roads or government projects. The services offered by the company are superb, and the atmosphere is so very professional and welcoming. My experience has been a very positive one. It’s my privilege to work with a management team that is accommodating and sensitive to our needs. Their professionalism shows in management, quality of work, and customer service.”
“VDG পৰিয়ালৰ এজন সদস্য হবলৈ পাই মই নিজকে ধন্য মানিছোঁ। যোৱা প্রায় দুবছৰে VDGৰ পৰা এটা কথাই শিকিছোঁ যে আমি সদায়ে Quality work আৰু Customer Satisfaction ত গুৰুত্ব দিয়া উচিত। এই বাবেই আমাৰ প্ৰডাক্ট আৰু চাৰ্ভিচৰ গুৰুত্ব ক্ৰমান্বয়ে বাঢ়ি আহিছে। উচিত মূল্যত সেৱা আগবঢ়োৱা VDG অসমৰ একমাত্ৰ আৰু অগ্ৰণী সংস্থা হবলৈ গৈ আছোঁ। মই সুখী VDG ৰ প্ৰডাক্ট আৰু চাৰ্ভিছ গ্ৰহণ কৰি আমাক সুযোগ দিয়ক আপোনাক সেৱা কৰিবলৈ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল ভদগ হল থলুৱা মানুহেৰে গঠিত এটি অনুষ্ঠান, যিটো পৰিচালিত হয় যুৱ মানসিকতাৰ কৰ্মস্পৃহা থকা ব্যক্তিৰ দ্বাৰা।”
“সকলো কামৰ বাবে সকলোৰে যোগ্যতা নাথাকে কিন্তু তাৰ পাছটো মোৰ দৰে এজন লৰাক আনি এই পেপাৰ বেগৰ দৰে বৃহৎ উদ্যোগটোৰ অপাৰেটৰৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে শ্ৰদ্ধাৰ ভাস্কৰ জ্যোতি হালৈ ছাৰক মই মোৰ অন্তৰৰ পৰা জনাইছোঁ অশেষ ধন্যবাদ। লগতে এই চেগতে মোৰ দাদা হেমেন কলিতাক ধন্যবাদ জনাইছোঁ যিয়ে মোক এই উদ্যোগটোলৈ আনি এজন কৰ্মচাৰী হিচাপে দায়িত্ব পালন কৰিবলৈ সুযোগ দিছিল।যাৰ জৰিয়তে আজি মই কিছু হলেও আৰ্থিক স্বাৱলম্বী হোৱাৰ লগতে কিছু পৰিমানে ঘৰৰো দায়িত্ব লব পাৰিছোঁ।মই এই উদ্যোগটোৰ সফলতাৰ দিশত কিমান দূৰ আগুৱাই দিব পাৰিছোঁ সেয়া নাজানো, কিন্তু সদায়েই এই উদ্যোগটোৰ উন্নতিৰ স্বাৰ্থত এজন নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰি যাম। ধন্যবাদ”
“সাম্প্ৰতিক সময় আৰু ব্যৱসায়ৰ মাজত আছে এক ওতঃপ্ৰোত সম্পৰ্ক। থলুৱা যুৱক যুৱতীৰ কৰ্ম সংস্থাপন নিৰ্ভৰ কৰে এখন ঠাইৰ উদ্যোগিকৰণ আৰু ব্যৱসায়ৰ ওপৰত।এজন অসমীয়া যুৱক হিচাপে, এজন অসমীয়া যুৱ-ব্যৱসায়ীৰ লগত কাম কৰাৰ যি সৌভাগ্য হৈছে তাৰ বাবে মই নিজেও আজি গৌৰৱান্বিত। Visionary Development Group য়ে উচ্চতৰ শিখৰ বগাই হৈ পৰক সকলোৰে প্ৰেৰণাৰ উৎস। সদৌ শেষত VDGৰ উন্নতিৰ কামনাৰে”
“VDG is not only a company; it is the identity of Assamese youth. We, everyone, play our own state of role like a family, not a company. I appreciate our MD, ShriBhaskarJyotiHaloi, for allowing me to play here at my best. I hope we shall lead VDG from the northeast to the world.”