133 views

ভোগালী সুবাসেৰে অসমীয়াৰ আবেগ .
অসমীয়া জাতিৰ বাপোতি- সাহোন এই মাঘ বিহুটোৰ কৃষ্টি সংস্কৃতি .. সকলো বজাই ৰাখি ভোগালী জলপান আৰু অসমৰ আপুৰুগীয়া বনৌষধিক লৈ VDWS ৰ আছিল এয়া প্ৰথম যাত্ৰা ।

এই যাত্ৰাত প্ৰত্যেক জনৰ পৰা পোৱা মৰম আৰু আশীৰ্বাদে আমাক সঁচাকৈ অনুপ্ৰাণিত কৰিলে । আহি থকা দিনত আমি এই যাত্ৰা আৰু আগুৱাই নিবলৈ সদাই প্ৰচেষ্টা কৰি যাম …।

Share