Author name: VDG Visionary Development Group

VDSW Events

BLOOD DONATION CAMP-2

ভিজনাৰী ডেভলপমেন্ট ৱেলফেয়াৰ চ’চাটিৰ সপোন সাৰ্থক ৰূপত তুলি ধৰি ১মে, ২০২২ ইং তাৰিখ ৰবিবাৰে চামতা অঞ্চলত সুকলমে অনুষ্ঠিত হৈ যায় স্বেচ্চাসেৱী ৰক্তদান শিৱিৰ ৷ প্ৰায় ১৮২ জনলোকে ৰক্ত প্ৰদান কৰি স্থানীয় ৰক্ত ভাণ্ডাৰ চহকী কৰাৰ লগতে ইয়াৰ দ্বাৰা স্থানীয় লোক সকল উপকৃত হব বুলি আমি আশাবাদী ৷ শ্বহীদ মুকুন্দকাকতি অসামৰিক চিকিৎসালয় আৰু ১৩৬ নং ব্ৰেটেলিয়ান, চি.আৰ.পি.এফ ৰ সহযোগে এই শিৱিৰক অন্য এক মাত্ৰা প্ৰদান কৰে ৷ আমি আপোনাসৱৰ ওচৰত চিৰ কৃতজ্ঞ ৷ ইয়াৰ লগতে পশ্চিম নলবাৰী প্ৰেচ ক্লাৱ, জিলা প্ৰেচ ক্লাৱ আদিৰ লগতে যি সকলে আমাৰ এই কৰ্মত সহায় সহযোগিতা আগবঢ়াই আমাৰ এই অনুষ্ঠানটি সফল হোৱাত সহায় কৰিলে আমি আপোনালোকলৈও জনাইছোঁ অশেষ কৃতজ্ঞতা ৷ চামতা বাসী ৰাইজৰ সহায় অবিহনে আমাৰ এই সলাগ তেনেই আধৰুৱা , চামতা বাসী ৰাইজৰ মৰম আৰু সহায়ৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰ ঋণী ৷“ৰক্তদাতা“ , নেদেখা জনৰ দেৱদূতৰ যেন এক অন্য নাম ৷ যি সকল ৰক্তদাতাই নিজৰ দেহৰ মৃত সঞ্জীৱনী স্বৰূপ ৰক্ত প্ৰদানেৰে বহু পৰিয়ালত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিলে তেখেত সকলোলৈ আমি জনাইছোঁ অশেষ ধন্যবাদ, আপোনালোক সুস্বাস্থ্যৰ অধিকাৰী হৈ দীৰ্ঘজীৱি হওঁক ৷ ইয়াৰ লগতে ভিজনাৰী ডেভলপমেন্ট ৱেলফেয়াৰ চ’চাইটিৰ যি সকল কৰ্মকৰ্তাৰ অপ্ৰাণ চেষ্ঠাৰ ফলশ্ৰুতিত এই ৰক্তদান শিৱিৰটো সুকলমে অনুষ্ঠিত হৈ যায় আমাৰ পৰা আপোনালোকলৈও জনাইছোঁ অশেষ ধন্যবাদ ৷ সকলো কুশলে থাকক, তাৰেই কামনাৰে…….ভিজনাৰী ডেভলপমেন্ট ৱেলফেয়াৰ চ’চাইটি

VDSW Events

INTERNATIONAL WOMEN’S DAY CELEBRATION

নাৰী দিৱসৰ দিনা আমি গুৱাহাটীৰ পৰা আহি উপস্থিত হৈছিলো নলবাৰী জিলাৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৷ এক প্ৰৱল সংগ্ৰামৰ আত ধৰি আমি তাত উপস্থিত হৈছিলোঁ ৷ কভিড মহামাৰীয়ে জীৱন যাত্ৰা স্তব্ধ কৰি তোলা সময়টো নাৰ্চ সকলে কৰি গৈছিল নিজৰ কৰ্তব্য ৷সেই সময়ত কামত ওলাই অহাৰ পাছত তেখেত সকলেও জনা নাছিল ঘৰলৈ উভতি যাওঁতে তেখেত সকল কভিড পজিটিভ হৈ উভটিব নে নিগেটিভ হৈ ৷ যিখন বিছনাত তেখেতসকলে ৰোগীক সুশ্ৰুষা কৰিছিল কাইলৈ সেই বিছনাই তেখেতৰো সংগী হব পাৰে বুলি জানিওঁ তেখেতসকলে কৰি গৈছিল ৰোগীৰ শুশ্ৰুষা ৷ জীৱন মৰণৰ কাতৰ সময়ত সাহস হৈ ঠিয় দিয়া প্ৰতিগৰাকীলৈ নাৰ্চলৈ আমি উক্ত দিনত জনাইছিলোঁ নাৰী দিৱসৰ আন্তৰিক শুভকামনা …..

VDSW Events

WORLD ENVIRONMENTAL DAY

The ‘Only One Earth’ theme of the very first World Environment Day observed and adopted by the UN in 1972 speaks much about the need of reflecting on our actions and decisions that had held us, hostage, today inside our homes. Years of continuous pollution, environmental degradation, and exploitation of natural resources, disruption in the ecosystem, unnatural ways, and unnatural place has exhausted and slowed nature’s capabilities to restore and rejuvenate it. This year as we enter a whole new decade, the UN has decided to give a helping hand to Mother Nature and launched the 10-year UN decade plan on ecosystem Restoration to stop environmental degradation and work on bringing back the balance. We here at VDG have made our conscious choice and extended our support to the cause in a few ways. The VDG team has planted more than 25 saplings on the occasion of World Environment Day 2021 in Sonapur, Kamrup, Assam, where hopefully a small contribution will inspire many more others to make their own conscious choices.

VDSW Events

INTERNATIONAL WOMEN’S DAY

They will learn to lead the path toward humanity. We need to show them all the love and beauty that they possess inside of them. Keeping this in mind, on this occasion of International Women’s Day, the Visionary Development Welfare Society interacted with the children living in the slum areas of Zoo Narangi Road, Guwahati. Special thanks to ArchanaBorthakur Ma’am‘s Priyobondhu for giving us this opportunity. The VDG team has planted more than 25 saplings on the occasion of World Environment Day 2021 in Sonapur,Kamrup, Assam, where hopefully a small contribution will inspire many more others to make their own conscious choices. The VDG team has planted more than 25 saplings on the occasion of World Environment Day 2021 in Sonapur,Kamrup, Assam where hopefully a small contribution will inspire many more others to make their own conscious choice.

VDSW Events

BLOOD DONATION CAMP

Visionary Development Welfare Society has organized a blood donation camp on February 14, 2021, at the premise of GMDA Parking near ShraddhanjaliKanan, RGB Road, Guwahati, in association with Guwahati Medical College and Hospital (a blood bank) and the Indian Red Cross Society (Assam State Branch).   ShriSadanandaGogoi, Smt. Anisha Sharma Gogoi, and ShriAbhijit Sharma were present. ShriDigantaBujarBaruah, General Secretary of the Indian Red Cross Society (Assam State Branch), also graced the occasion.   A total of 32 blood donors contributed to this noble venture. The Visionary Development Welfare Society extends its wholehearted wishes and thanks every donor for their valuable contribution.

VDSW Events

BHOGALI BIHU,2021

ভোগালী সুবাসেৰে অসমীয়াৰ আবেগ .অসমীয়া জাতিৰ বাপোতি- সাহোন এই মাঘ বিহুটোৰ কৃষ্টি সংস্কৃতি .. সকলো বজাই ৰাখি ভোগালী জলপান আৰু অসমৰ আপুৰুগীয়া বনৌষধিক লৈ VDWS ৰ আছিল এয়া প্ৰথম যাত্ৰা । এই যাত্ৰাত প্ৰত্যেক জনৰ পৰা পোৱা মৰম আৰু আশীৰ্বাদে আমাক সঁচাকৈ অনুপ্ৰাণিত কৰিলে । আহি থকা দিনত আমি এই যাত্ৰা আৰু আগুৱাই নিবলৈ সদাই প্ৰচেষ্টা কৰি যাম …।

VDSW Events

WINTER CLOTH DISTRIBUTION

For most of us, winters are spent in the comfort of our homes, with our family and friends. However, for many, winters are hard and cruel due to a lack of some basic needs like warm clothes and food. The Visionary Development Welfare Society attempts to spread some warmth and, thus, organized a WINTER CLOTHES DISTRIBUTION camp on the 25th of December, 2020.

VDSW Events

LOCKDOWN ACTIVITY

Visionary Development Welfare Society, with the help of a number of friends and family, was able to extend help in the form of #kind to a total of 250 households during the complete #lockdown2020. All precautions and safety measures were followed during the process of distribution. VDWS would like to thank each and every contribution made during those difficult times of need. Real gallant officers are hard to find. Thank you for your service! Thank you for being our hero. The peace and security that you have brought into our lives can’t be measured. Thank you for everything you do on a daily basis to keep us safe and marching forward valiantly in these hard times   The Visionary Development and Welfare Society salutes each and every officer of the Assam Police. Jai Hind!

Scroll to Top