
ভিজনাৰী ডেভলপমেন্ট ৱেলফেয়াৰ চ’চাটিৰ সপোন সাৰ্থক ৰূপত তুলি ধৰি ১মে, ২০২২ ইং তাৰিখ ৰবিবাৰে চামতা অঞ্চলত সুকলমে অনুষ্ঠিত হৈ যায় স্বেচ্চাসেৱী ৰক্তদান শিৱিৰ ৷ প্ৰায় ১৮২ জনলোকে ৰক্ত প্ৰদান কৰি স্থানীয় ৰক্ত ভাণ্ডাৰ চহকী কৰাৰ লগতে ইয়াৰ দ্বাৰা স্থানীয় লোক সকল উপকৃত হব বুলি আমি আশাবাদী ৷ শ্বহীদ মুকুন্দকাকতি অসামৰিক চিকিৎসালয় আৰু ১৩৬ নং ব্ৰেটেলিয়ান, চি.আৰ.পি.এফ ৰ সহযোগে এই শিৱিৰক অন্য এক মাত্ৰা প্ৰদান কৰে ৷ আমি আপোনাসৱৰ…